A

{আহিন} 🖋অতুল গগৈ ।

সোণোৱালী পথাৰত
আহিনৰ বতৰত
ক'ৰ পৰা নো আহিল এজাক ফৰিং
বুকুখন দেখোঁন কৰিলে ধিপিং।
পকা ধানে আছে হাঁহি
দুৰনিৰ পৰা সুগন্ধ আহিছে
বতাহত ভাঁহি ।
আমোলমোল পকা ধানৰ কি যে গোন্ধ।
বালিমাহী চৰাই আহি
মোৰ কাষত নাচিছে দেখোঁন ।
এতিয়া কৰিব নালাগে লঘোন ।

©atulgogoi