A

//আমাৰ বিদ্যালয় // ✍অতুল গগৈ (গোলাঘাট)

পূবৰ প্ৰান্তত, লুইতৰ পাৰত
জ্ঞান- ভাণ্ডাৰৰ এচমকা হীৰা....।
সকলোৰে মুখত- পূব ফুলবাৰী হাইস্কুল।
আন্ধাৰ নেওচি , পোহৰৰ সোনালী বাট দেখুৱাই ,
শিক্ষাগুৰুৰ আছে , আমিবোৰ ছাত্ৰ-ছাত্ৰীৰ
ক্ষেত্ৰত, অশেষ ভূমিকা ।
সেয়ে, সকলোৱে হাঁহি মুখে কয়,
পূব ফুলবাৰী হাইস্কুল জ্ঞানৰ সঁফুৰাৰে ভৰা.... ।।
আমিবোৰ কুমলীয়া ফুলৰ কলি,
ফুলবোৰ যতনাই সুগন্ধি বিলাই,
ফুলবাৰীৰ শ্ৰদ্ধাৰ মহান গুৰুসকলে, এই কথা সকলোৱে জানে আজি ।
ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু একেলগে হাতে হাত ধৰি
একতাৰ জ্ঞানৰ মালাৰে লৈছোঁ থিতাপি
এই বিদ্যালয়ত আহি ।
সকলো ছাত্ৰ-ছাত্ৰীয়ে কোৱা
ফুলবাৰী হাইস্কুলত পঢ়ো আহক-শিকো আহক ।
ধন্যবাদ
©