M

অকলশৰীয়া 🙂

নাজানো মোৰ ভুল ক'ত আৰু কেনেকৈ হৈছিল 😶
মই ক্ষমাৰ যোগ্য হয়নে নহয় সেয়াও নাজানো
তুমিতো (তোমালোকে) একো নোকোৱা কৈয়ে মোৰ পৰা আঁতৰ হ'লা
মই গমেই নাপালো , ক'ৰ পৰা কি হ'ল😑
মই খুবেই অকলশৰীয়া হৈ পৰিলোঁ .....😕
....ইয়াৰ মূল্য তেতিয়া বুজি উঠিছিলোঁ যেতিয়া বন্ধুত্ব ভাগি যোৱা যেন অনুভৱ হৈছিল 🙃
পাৰিলে ক্ষমা মঞ্জুৰ কৰিবা🙏💔.......
©madhuriurg