আব্দুল মজিদ
১৫-০৯-২৪
তই সৎ নিষ্ঠাৱান এজন মানু্হ, কিন্তু তোৰ ল'ৰাজনৰ কৰ্ম-কাণ্ড ব্যৱহাৰ চৰিত্ৰ ভাল নহয়,যেন চেহেৰাও নিমিলে দুয়োৰে লগত,তোৰ মানুহজনীও খুব নম্ৰ তেন্তে ভাই.....চিকিৎসালয়ত সলনি হৈছিল নেকি তোৰ সন্তান..(ধেমালিৰ ছলেৰে)!
কথাটো হাঁহিৰ চলেৰে কৈছে যদিওঁ ৰাজেশ অলপ চিন্তিত...!মোৰ সন্তান মোৰ চকু আগতেই জন্ম লৈছিল,সেয়া মোৰ বিশ্বাস এইজন যে মোৰেই সন্তান । কিন্তু ৰাজশ্ৰীৰ যে আগত এটা সম্পৰ্ক আছিল...!মোলৈ অহাৰ পিছত সেই সম্পৰ্কক লৈ ধেমালি কৰিলেও খং কৰিছে ৰাজশ্ৰীয়ে,কিন্তু বাবুক দেখিবলৈ সেইজনৰ দৰেই চেহেৰা চৰিত্ৰৰ কিছু মিল পাওঁ....!
এতিয়া ৰাজেশ সত্যটোক বিশ্বাসৰ কামিজ পৰিধান কৰাই জীৱন পাৰ কৰিছে নেকি?
ৰাজেশ ভাৱিছে,"সন্তান যে মোৰ সেয়া মোৰ বিশ্বাস সঁচাটো কিবা অন্য নেকি" যি কেৱল ৰাজশ্ৰী হে জানে...?
©AbdulMazid
A