অনুভৱ:-
ধৰ্ষণকাৰীৰ আগত এগৰাকী ধৰ্ষিতাৰ মৃত্যু হয়
আইনৰ কঠিন ব্যৱস্থাৰ যে লেহেমীয়া গতি!
বগা ৰং লুকাই কলা ৰঙক প্রাধান্য দি
ধর্ষিতাৰ বিৰুদ্ধে ধৰ্ষণকাৰীক বচাবলৈ
উকিলে হেজাৰ মিছাৰে লৰে
উকিলৰ নাথাকে জানো মা বায়েক ভনী ?
🖋️ আব্দুল মজিদ
নলবাৰী
©abdulmazid
A