অ িস্থৰ আৱেগৰ শু িভ্ৰত শেৱালী
নিয়মিত তোমাৰ ছবি,
মোৰ িত্ৰষিত নয়ন মণিত
নিগৰিত হোৱা চকুপানী ,,
উন্মত্ত যৌৱনত সুবাস বিলায়
খুজ কাঢ়ি গলা,
ৰৈ গ'ল প্ৰতিবিম্ব
নিয়মিত তোমাৰ ছবি ,,
চলচলিয়া ৰ্হিদয়ৰ দোমোজাত বহি
খুন্দিয়াই খুন্দিয়াই খুদিত কৰা,
নিয়মিত তোমাৰ ছবি
এতিয়া অতি্প্ত ৰ্হিদয়ত তুমি ।।
কবি- কল্পজিৎ বাইলুং
©janpriya
J