A

// অসম// 🖋Atul Gogoi

আমি অসমীয়া
অসমৰ ডেকা-গাভৰুৰ কথা।
অসম সেউজীয়া,
নদ-নদী, গছ-গছনি,
পাহাৰ-ভৈয়াম, উপত্যকাৰে ভৰা।
অসমৰ অসমীয়া,
নানা জাতি-উপজাতিৰে ভৰা।
ভৰি আছে অসম ন-পুৰণি
সংস্কৃতিৰ একতাৰ দোলেৰে
পুৰণি কালৰে পৰা।
অসম অতুলনীয়,
নহয় কাৰোৰে লগত তুলনা,
অসমৰ এশিঙীয়া গঁড়
নাম বিশ্ব দৰবাৰত বৰ ।
অসমৰ ব্ৰহ্মপুত্ৰ, অসমীয়াৰ মেৰুদণ্ড ।
অসমৰ ভূপেন হাজৰিকা সেতু,
অসমীয়া ওফন্দি ওঠে বুকু।
(অ-)-মানে অসম হবই ।
অসম আগুৱাই যাবই।
আমি অসমীয়া অসমৰ বাসিন্দা ।
©atulgogoi