N

অতীতৰ স্মৃতি

ভাল পাইছিলো তোমাক, আজিও হিয়া উজাৰি ভাল পাওঁ।।
কিন্তু....
ভাল পোৱাৰ নামত অভিনয় কৰা ,
সেই তুমি জনীক
হয়তো
বহু বেছি পৰিমাণে ঘৃণা কৰো।
ভুল নুবুজিবা,
মই প্রেমক কেতিয়াও আৰু
কাহানিও ঘৃণা কৰা নাই
আৰু নকৰো।
মাথোঁ প্ৰেমৰ নামত অভিনয় কৰি যি দৰে তুমি মোৰ লগত অন্যায় কৰিলা, সেইয়া আজিও মই ঘৃণাৰ চকুৰেই চাও।
ভুল কাৰ ,কত , কেতিয়া হল মই নাযানো।
মাথোঁ এটাই যানো, Love is not done. Because Love is happend.
কোৱা হয় হেনো সঁচা প্ৰেমৰ জৰিয়তে ভগবানকো পোৱা যায়,
কিন্তু...
তুমি মোৰ লগত যি কৰিলা সেইয়া আজি মই কি বুলি কওঁ ??
অন্যায়, বিশ্বাসঘাটকতা নে কপালৰ লিখন ?
ভুল নুবুজিবা,
জীৱন বাটত তুমি দি যোৱা প্ৰতিটো প্রতিচ্যুতিয়েই আজি মোক, তোমাক পাহৰি যোৱাৰ চেষ্টাত বিফল কৰি তুলিছে।।
I never forget you.
So Sorry 🙏🙏🙏
©NKG Sapekh