A

//ভয়//

// ভয় 💩// 🦇
🖊অতুল চন্দ্ৰ গগৈ
ভয়..ভয়.🌚.আৰু ভয়,💩
কিহৰ ভয়?🤔
ৰাতিৰ আন্ধাৰৰ ভয়,
নে,মাজ নিশালৈ ভয়।
নে, আপোনাৰ জীৱনৰ ভয়?🙆‍♀️
দীঘল চুলিৰ অশৰীৰী ভুতলৈ ভয় নেকি?😈
দীঘল দীঘল কৈ উশাহ, 🤨
আন্ধাৰৰ চেঁচা, চেঁচা বতাহ।
ভয়ংকৰ শব্দ, 🦇👽
কেৰ- কেৰ, মেৰ-মেৰ,
মিআওঁ, মিআওঁ,🐺 মেকুৰীৰ শব্দ,🦝
কুকুৰৰ ভুকভুকনি.....🐕🐶,
বাদুলিৰ ভয়ংকৰ চিঞৰ🦇🦇
বুকুৰ মাজত ধপধপনি .....
ভয়.....🌚
হা ..🤓.হা...🤥হা.😺...ভয়☠
©atulgogoi