J junakjj en July 23, 2025 ডিকনষ্ট্ৰাকচন মই এটা ৱেষ্টাৰ্ণ ঠিয়ৰীৰ ডিকনষ্ট্ৰাকচনতুমি এটা ষ্ট্ৰাকচাৰতোমাৰ কণমানি আঙুলিৰআগত নাচি থাকে জীৱনদিয়া বমি কৰি কৰি শুই যাওঁ শেষৰাতিজীৱন বিচাৰি নে পোহৰ বিচাৰি !!©️ জিণ্টু জোনাক©junakjj