A

{ দেখিছেনে আপুনি }???

✍অতুল চন্দ্ৰ 🙆‍♀️
ক'লা মুখা দেখিছেনে?
নে দেখিও আছে, হাত শিকলিৰে বান্ধি ।
মুখা পিন্ধা এচাম ভদ্ৰ লোকৰ
কূটনীতি আৰু ভন্দামী দেখিছেনে?
নে দেখিও আছে চকু ঢাকি ।
ধনৰ লালসা ,
হাতদুখন বন্দুকেৰে ধৰা ।
কিমান শুনিম ? কিমান সহ্য কৰিম ?
ধৈৰ্য আৰু নাই!
হাতত তুলিলোঁ, চোকা চিয়াঁহীৰে ভৰা,
কলমৰ অস্ত্ৰ ।
সকলো জনতাক জগাই চিঞৰি
সমাজ কৰিম দুৰ্নীতিৰ পৰা মুক্ত ।।
©atulgogoi