Z

দেউতা

দেউতা এক সাহস
দেউতা এক আবেগ
দেউতা এক মৰম
মোৰ জীৱনৰ সাহস
তুমি .....
জন্মৰ পৰা এতিয়া লৈকে
শিকাইছাঁ জীৱন কি
সত্য কি অসত্য কি
সকলোবোৰ ভুল ক্ষমা কৰি দিছা
তোমাৰ সমান হব কোন
সম্পৰ্ক বোৰৰ কেতিয়াও তুলনা নাই
ত্যাগ ৰ আন এটা নাম দেউতা
সদায় দেখোঁ যিমান কষ্টকৰ যদিও
তুমি তোমাৰ কাম কৰি গৈছা
আমাৰ কাৰণে....
জীৱনে যেতিয়া বাট নেদেখা হয়
তুমি আঙুলিয়াই সঠিক পথ দেখুৱা
সকলোবোৰ আশা পুৰাইছা
তোমাক আমি কি দিছোঁ নাজানো
প্ৰয়াস মাথোঁ কেৱল ভাল কাম কৰাৰ
আমাৰ পূজনীয় দেউতা
মৰমৰ দেউতা ...❤
©zia