মা তুমি কান্দিছা , কান্দিবাইতো, কিয় নাকান্দিবা তুমি বৰ সহজ অ , তুমি যাৰ কাৰনে দুখেৰে চকুলো তুকিলা , সেই পুত্ৰই আজি তোমাক অকলশৰে আশ্ৰমত এৰি আহিছে অ মা, তোমাৰ কান্দোনটো , এয়া যে সুখৰ ছবি•••• তুমি বৰ সহজ অ তুমি যে সহজে ক্ষমা কৰা কিন্তু , সেই পুত্ৰই নাজানে ছাগে মা, মানুহৰ মৃত্যুৰ পথ অলেখ হলেও , জন্মৰ পথ যে কেৱল এটাই সেইটোৱে হল 'মা'
চিৰজ্ঞীৱ গগৈ।
©chiranjib
C