M mousumi en July 23, 2025 এন্ধাৰৰ ছাঁ ক্ষন্তেকীয়া হাঁহিৰ উত্তাপত প্রাণ পায় সূক্ষ্ম দৰদে। অনৰ্গলভাৱে বাজি উঠে নিঃশব্দতাৰ বীণ খনি।ওন্দোলাই অনা মেঘেও যেন আজি বৰষিব খোজে, শোকাকুল বৃষ্টি। উদ্বিগ্ন হাঁহিত বিৰিঙে মাথোঁথোকাথুকি কেইটামান শব্দ। ©mousumi