জীৱনৰ সেউজীয়া বোৰ
সেই দিনাই হেৰাই গল ।
যি দিনা তুমি মোক এৰি আতৰি গলা ।
দুয়ো সঁজা সপোনৰ কাৰেং ঘৰটো
উৰুমী গল ।
আমি দেখা ৰঙীন সপোন বোৰেও
এতিয়া বাস নকৰে তাত।
মোৰ ৰক্তৰ প্ৰবাহতেই বৈ আছিলা তুমি,
কিন্তু এতিয়া.....
স্মৃতিৰ পৃষ্ঠাটো তোমাক মচি পেলাইছো।
মাথো ইতিহাসৰ ঘৃণনীয় পৃষ্ঠাট
কলংকৃত ছবি হৈ ৰ'বা তুমি ।।
✍ জোন গগৈ।
©jungogoi
J