A

জীবন

জীবনটো কবিতাৰ দৰে
লিখে ভগবানে, পঢ়ো আমি
emotion নামৰ ছন্দটো সকলোৰে থাকে।।
কিছুমানে মাজে মাজে সানি যায় অশ্লীল গালি
এইবোৰ চিনিব নোৱাৰা মানুহৰ অভাৱ নাই,,
কাৰোবাৰ বাবে অৰ্থহীন অভিমান
কাৰোবাৰ বাবে গোপন অহংকাৰৰ শক্তিশালী শব্দসৰন
কাৰোবাৰ কবিতাত মাজে মাজে ৰঙা হোৱা
দুৰ্বোধ প্ৰেমিকাৰ বেদনাভৰা কাব্যছন্দ,,,,,
যি চিগাৰেটৰ ধোৱাৰ মাজেৰে বিচাৰি সন্ধান দিয়ে
নৱজীৱনৰ নতুন উন্মাদনাৰ ।।।।
©arunav