🖊 অতুল গগৈ ।
মোহ লগা জীৱন মুকুতা
নোৱাৰে ৰাখিব কোনেও ধৰি।
সময়ৰ শেষান্তত আপোনাৰ
জীৱনৰ সকলো
শূণ্য হৈ যাব উৰি।
আকুলতা-আলসুৱা
মান-অভিমান,সুখ-দুখ,সকলো যাব
জুই'ৰ ক'লা ধুঁৱা হৈ উৰি।
দেৱতাই দান কৰা
আপোনাৰ জীৱন দাপোনে
আপোনাৰ জীৱনক
নোৱাৰে ৰাখিব ধৰি।
©atulgogoi
A