A

জীৱন সন্ধান .....

সঁচা প্ৰেমৰ জোলোঙা কান্ধত লৈ
নতুনত্ব জীৱনৰ সন্ধানত
মই এতিয়া ভাগৰুৱা আত্মা ।
জিৰণি বিচাৰি হাবাথুৰি খাই ফুৰে মনে,
সৰগৰ মালিনী বিচাৰি ।
পাম জানো এবাৰলৈ....।
জীৱনত জীয়াই থকাৰ বাসনা।
মনৰ সেমেকা কোঠালীটো সজাম....
নতুনকৈ তোমাক পোৱাৰ আশাত..... ।
মনৰ আত্মাই শান্তি লভিব।


©atulgogoi