||জীয়াই যদি থাকোঁ মই||
জীয়াই যদি থাকোঁ মই,
এদিন তোমাৰ উমাল ভৰা,
বুকুৰ মৰমবোৰ,
সযতনে ৰাখিম।
মোৰ বিষাদভৰা....
দুটি নয়নৰ কাষত।
তুমি যদিও, হেৰাই গ'লা
মোৰ হৃদয় ভাঙি,চিৰকাললৈ....
নিশ্চয় এদিন,
তোমাক ধৰি ৰখাৰ চেষ্টা কৰিম ।
শব্দবোৰৰ মাজতে,
মোৰ চকুৰ পানী বিয়পে নিশব্দ ভাষাৰে,
মিচিচিপি নদী হৈ,
তোমাৰ কথাকে কৈ।
নোৱাৰিব পাৰো, তাজমহলৰ দৰে
গঢ়িব তোমাৰ স্মৃতি ,
বুকুৰ ৰঙা তেজেৰেই,
লিখিম তোমাৰ স্মৃতি ।।
©atulgogoi
A