J

কবিতা

" হাঁহি "
মানুহৰ ভিৰে বাট নিদিয়া সমাজত--
হাঁহি-হাঁহি ভাগৰুৱা,মানুহ এজন বিচাৰো!
তেওঁ বাৰু,
শেষৰবাৰ কেতিয়া হাঁহিছিল,কিয় হাঁহিছিল-
কেনকৈ হাঁহিছিল!!
সমাজে কান্দি-কান্দি ক'লে--আই-পিতাইৰ,
কোলাতেই যি হাঁহিছিলো,নিষ্ঠুৰ বয়সে এদিন--
সুখৰ ঠিকনাবোৰ চুপি-চুহি,সুহি খালে।
✍️যোগানন্দ নাথ।
Mob:৮০১১৭2৯৯২৮.

©jogananda