A

কলখোৱাৰ বিলৈ।

🖊অতুল গগৈ ।
কল কল কল
কল খালে গাত হয়
হাতীৰ সমান বল ।
বগলীটিকাৰ বগলী এটাই
কল আনি দিলে
পকা পকা কল দেখি
জিভা পানী পৰে।
সোণাৰু পাতেৰে পকোৱা কল
পেট ভৰাই খালো।
পিছপাকতে পেন্ট খুলি
পায়খানালৈ গ'লো ।
কলখোৱাৰ মজাবোৰ
তেনেই পানী হ'ল।
বগলীটিকাৰ কলবোৰ
পায়খানাত উটি গ'ল।
©atulgogoi