S

কৰণা

কৰণা,তুমি কিমান মানুহক মাৰিলা
আৰু কিমানক যে মাৰিবা।
তোমাৰ ভয়ত নোৱাৰিছো ওলাব,
নোৱাৰিছো যাবলৈ গুচি অাজি
মই মোৰ নিজৰ ঠাই।
তোমাৰ ভয়ত থাকিছো অাজি
মই মোৰ ঘৰখনৰ পৰা,
মোৰ আপোনজনৰ পৰা।
তুমি কিমান কৰিবা ধ্বংস,
আৰু কিমান কৰিম অামি সহ্য।
কৰণা, তুমি আজি কৰিছা
সমগ্ৰ বিশ্বক তোমাৰ দাসত্ব,
কৰিছা নিৰুপায় জীৱশ্ৰেষ্ঠ মানুহক।

©সীমান্ত ৰায়
©simanta