মই, ঠেলাৱালা...
মই, ঠেলা টানি টানি পইচা লওঁ।
পঢ়া-শুনাত নোৱাৰিলো ।
স্কুলত, বহুত এছাৰিৰ কোব খালো।
এতিয়া মোৰ বয়স, ১০ বছৰ।
মোৰ,মা ও নাই দেউতা ও নাই ।
গধুলি, পথৰ কাষতে থাকো,
ৰাতিপুৱা-গধুলি অনবৰতে ঠেলা টানি থাকো।
লগৰবোৰে, পিঠিত স্কুলৰ
ডাঙৰ ডাঙৰ বেগ টানি থাকে।
সিহঁতকেইটাক দেখিলে
মোৰ দুখহে লাগে ।
লগৰবোৰ(knowledge)ৱালা.....
মই ঠেলাৱালা.....।
©atulgogoi
A