বুকুত অলেখ সপোন লৈ
আৰম্ভ কৰিলো মোৰ জীৱন যাত্ৰা,
মোৰ লগত আছে বুকুৰ অসীম সাহস,
আৰু আছে মনৰ অদম্য ইচ্ছাশক্তি,
আৰু আছে মা'ৰ আৰ্শীবাদ,
শিক্ষাগুৰুৰ সৎ পৰামৰ্শ।
আৰু আছে সহপাঠীৰ সহায়-সহযোগিতা
আৰু ওচৰ-চুবুৰীয়াৰ হিয়াভৰা মৰম।
বিশ্বাস আছে পৰম-পুৰুষ ভগৱানৰ ওপৰত
নাজানো কেতিয়া এই যাত্ৰা সফল হ'ব?
তথাপিও মই আগুৱাই যাম মোৰ জীৱন-যাত্ৰাত।
©bishalyein
B