জোনাকে আৱৰা এটি সন্ধ্যা,
পোহৰৰ কনিকা বোৰ চকুত পৰি চটফটাইছে।
জিলী টোৰ মাত টোৱে, এক বুজাৱ নোৱাৰা আশংকাই বুকু খন হেচি ধৰিছেহি।
কিয় নাজানো? চকু কেইটাই অনবৰতে সমূখত থকা বাট তোলৈ চাই ৰৈ থাকে,
কিজানি তুমাৰ সেই ভৰিৰ ৰুনজুন শব্দ ই মোৰ ভগা হৃদয়ৰ ফাট বোৰ যোৰা লগাব পাৰেই?
- গুঞ্জন জোতি ভূঞা
©Gunjan jyo
G