A

নয়নৰ নয়ন

তোমাৰ নয়নানন্দ নয়নৰ শেতা চাৱনিত
এন্ধাৰ গগনৰ টোপাল টোপাল বৰষুণত
নুফুটা গোলাপৰ সৌৰভত
ভঙা কাচত জিলিকি উঠে সপোন
আৰু........
ৰুধিৰাক্ত ললাট আৰতিৰে
দুকূল ভঙা নৈ বৈ যায়
নি:শব্দে
নিজানে . .........
(AAHRJ)