দুখৰ চকুলো টোকা
মোৰ শব্দই দেখিছে....।
মৰমৰ চকুলো টোকা
কিন্তূ,দেখা নাই....
সপোনত হে,দেখিছো,.......
প্ৰেমৰ সাগৰ
যিমানেই গভীৰ আৰু
বিশালতা নহওঁক
মৰমবোৰ নিজৰ হ'লে
এবাৰ সাতুৰিবই...।
দুখৰ, সাঁকো যিমানেই
কঠিন নহওক কিয়....।
এবাৰ,মৰমৰ পাহাৰৰ
উচ্চতাত বগাবই....।
মাথো মনৰ মিলনৰ প্ৰয়োজন।।
©atulgogoi
A