পাৰ্কিং, নে, ন' পাৰ্কিং
মই বুজিবই পৰা নাই,এতিয়ালৈ
টোপনিৰ ভুতটোৱে হেঁচা
মাৰি ৰাখিছে....আজিও ।
এই যে, পাৰ্কিংৰ প্ৰস্তাৱ
এতিয়ালৈ পোৱা নাই.....
মাতাল মগজুৰ গৰাকীৰ বয়স
যিহেতু বুঢ়া হোৱা নাই ।
পাৰ্কিংৰ ,সুবিধা
সুন্দৰকৈ, আছে....বাৰু ।
গাড়ীৰ বাবে, নহয় অ'
তোমাৰ বাবে, মাথো তোমাৰ বাবে!
ক'ত জানানে?
মোৰ সোঁ হৃদয়ৰ মাজত ।
©atulgogoi
A