🖊অতুল গগৈ ।
সুন্দৰৰ ৰঙীন পৃথিৱীৰ
মোৰ ভাঁজ লগা হাঁহিত উপজি তাই,
মোৰ হৃদয়ত ল'লেহি ঠাই।
নানাৰঙীন প্ৰেমৰ ফুল ফুলাই ।
প্ৰতিটো নিশা আহি তাই
মোৰ প্ৰেমৰ বননিত
নিয়ৰৰ টোপালৰ দৰে
মন সেমেকাই।
কিন্তূ হৃদয়ৰ এচকুত
আজিলৈও তাই,
মোক মৰম দিয়া নাই।
©atulgogoi
A