মোৰ গোলাপৰ বাগিছাত,
তুমি মোৰ মালিনী ।
প্ৰতিটো, পুৱাতে তুমি
মোৰ বাবে হোৱা ন-ন কাহিনী ।
কেতিয়াবা, তোমাৰে সুবাসে
মোৰ মন জুৰ পেলাই,
কেতিয়াবা, তুমি গোলাপৰ
কলি হৈ, মোৰ বাবে হোৱা,
প্ৰেমৰ ৰাগিনী।
কেতিয়াবা, বতাহৰ সুৰত
সন্ধ্যা তুমি হোৱা মোৰ প্ৰেমৰ জোনাকী।
©atulgogoi
A