ক'ৰবাৰ পৰা বলি অহা
এজাক অচিনাকি, মলয়া বতাহে,
তোমাৰ চিনাকি দিলেহি হঠাতে.....।
অচিনাকি এটি পখী হৈ,
তুমি দেখা দিলা আজি
মোৰ দুচকুতে....।
কিনো, বতৰা আনিলে
মলয়া বতাহে....।
জীৱনে, নাচিছে....।
আকাশৰ, নীলা চৰাই হৈ
মোৰ হদয়ত জোৱাৰ আনিলে...।
মলয়া বতাহ ছাটি জোৰকৈ বলি,
উৰাই নিলে মোৰ কলিজাকে।
বিচাৰিছো, আকৌ মলয়াৰ সুবাসত
তোমাক পাবলে......।
পখী হৈ তুমি, মোৰ দুবাহুত
জিৰণি ল'বলে......।।
©atulgogoi
A