ৰাতিবোৰ নামি আহিল,
তোমাক ল'গ পোৱাৰ হেপাহ
মনত বাঢ়ি আহিল ।
ঘন কুঁৱলীৰ মাজত,
তুমি হেৰাই গ'লা।
মোক তুমি,
এবাৰো একোকে নক'লা।
ধুনীয়া, মুখখনি
জোনৰ পোহৰত মিলন হ'ল।
তোমাক, কাষত বিচাৰি নাপাই
মোৰ ৰাতি পুৱাই গ'ল।
©atulgogoi
A