G gagan en July 23, 2025 ৰ'দালি পুৱা খিৰিকীৰ ফাকেৰে অহা ৰ'দালি ৰ উমাল পৰশত সাৰে পাই উঠিলো মই , ৰ'দালিয়ে যেন কানে কানে ফুচফুচাই আহিকলেহি, উভতি আহা সপোনৰ পৃথিৱী পৰা মায়াময় এই বাস্তব জগতলৈ ©gagan