A

ৰিক্সাৱালা।

ৰিক্সাৱালা
অতুল ।
পুৱাৰ, বেলি মুৰত উঠিল ।
মানুহবোৰ দেখিছোঁ খোজ কাঢ়িল।
মনৰ মাজত, হেপাহৰ ঢ়ৌ আহিল।
ভাৱনা, এমুঠি অন্ন মোৰ ভঙা পঁজালৈ আহিল।
পেটত ভোক, প্ৰচণ্ড গৰম,
মনত চিন্তা সকলোৰে বেটাৰিৰ, ৰিক্সা ।
মোলৈ, ঘুৰিয়ে নাচাই ভঙা পেডেলৰ ৰিক্সা ।
সকলোৰে ব্যস্ত সময়।
মোৰ অশান্ত মন ।
যামগৈ আৰু, আজিৰ পৰা ।
গধুলি, ল'ৰাটোৰ বাবে,মাগিয়ে আনিম।
মই, পেটত, ডিঙিৰ গামোচাখনকে বান্ধিম।
©atulgogoi