M

শিহৰণ

আকাংক্ষিত দুচকুত
যথৰতাৰ ককবকনি।
হেঁপাহৰ স্বপ্নত এয়া
কিহৰ প্রশ্যয়??
হতাশাই নিশাহ এৰে
জীপাল মনোবলত।
থমকি ৰ'ব নোৱাৰাৰ তাড়ণা
পুনৰ সপোনে ফেকুঁৰে,
কাঁইটীয়া বৃক্ষই ছাঁ পেলায়
জীৱন নামৰ পথটোত।।
©mousumi