M

সময়ৰ পথবোৰ

নিথৰুৱা জীৱনৰ সেই শিৰোনামটি,
সময়ৰ অমিয়া বান্ধোনত বন্দী আমিবোৰ।
নষ্টালজিক ন'হবা না!!
লগ হ'ম জানা আকৌ,
কোনোবা এটি অচিন পথত।
আকাঙ্ক্ষাইটো পাৰ ভাঙিব খোজে।
চকুপানীৰো কি চাবা উৎপাতবোৰ!
ইচচ্ মানৱ জীৱনৰ লীলা।
আকৌ পৰিব নৱতম পুৰুষৰ ছাঁ,
জীৱনেও তেতিয়া গতি কৰিব
এক নতুন দিগন্তৰ দিশে।
©mousumi