ক'তা, তুমি দেখোন,তুমি দেখোন
নোচোৱা এবাৰো ঘুৰি।
সেই যে কলেজৰ ডাঙৰ গছজোপা
তাতেই দেখিছিলো প্ৰথম তোমাক,
তাত যে বহি আছিলা তুমি
লাজকুৰীয়া মিচিকিয়া হাঁহি মাৰি।
কিন্তু ক'তা তুমি দেখোন, তুমি দেখোন
নোচোৱা এবাৰো ঘুৰি।
অ' মইটো পাহৰিয়ে আছিলো
তুমিতো, তুমিতো আছিলা ব্যষ্ট
তোমাৰ বন্ধুবৰ্গৰ সৈতে কথা পাতি।
মাজে মাজে হাঁহিছিলা
দাঁত দুপাৰি উলিয়াই
খিলখিল কৈ হাঁহি মাৰি
কিন্তু ক'তা তুমি দেখোন, তুমি দেখোন
নোচোৱা এবাৰো ঘুৰি।
©সীমান্ত ৰায়
©simanta
S