A

তুমি বিহীন এটি জীৱন ।

🖊 অতুল চন্দ্ৰ গগৈ
তুমি বিহীন এটি জীৱন....
জীয়াই আছোঁ, মাথো
উজাগৰী, ৰাতিবোৰ....
তোমাৰ বাবেই,
তুমিবোৰ সপোন বুলি....।
আলেঙে-আলেঙে অজানিতে,
এটি জোনাকী হৈ.....।
উৰি যাই মন ,
তোমাৰ কাষলৈ ।
বাৰে-বাৰে,
বতাহতে....
মোৰ মন পগলা হৈ.....।
জোনাকী, জোনাকী পৰুৱা হৈ... ।
©atulgogoi