C

"কৰোন বেদনা"

বিদায়ৰ মূহূত্বটো যে কিমান বেদনাদায়ক মই ভাবিৱ নোৱাৰো অ..
কাৰোৱাৰ মাক-দেউতাক,কাৰোৱাৰ ভাতৃ- ভগ্নী
আকৌ কাৰোৱাৰ পুত্ৰ-কণ্যা,
কেৱল মাত্ৰ বিদায়..
মাক-দেউতাকৰ বিদায়ৰ পৰত
পোতেকে চিঞৰি চিঞৰি কান্দিছে
মা তুমি আমাক এৰি যাৱ নোৱাৰা 
কণ্যাই ওচুপি উঠিছে
দেউতা তুমি মাক বুজোৱা না মা অ মা , দেউতা অ দেউতা
আকৌ কোনোবা মাতৃৰ
পুত্ৰ-কণ্যাৰ কৰোন মৃত্যুত হেপাহৰ বালিঘৰখন ভাঙি যোৱাৰ বেদনাত
চিঞৰি উঠিছে,
তহতি মোক এৰি নাযাবি অ
তহতি আতৰি গলে বুকুৰ পৰা কলিজিটো
হেৰাই যাব অ সোন
হেৰাই যাৱ ।
চিৰঞ্জীৱ গগৈ ।

©chiranjib